Tuesday , November 20 2018
Home / ক্ৰীড়া / এয়া মোৰ বাবে অবিস্মৰণীয় মুহূৰ্তঃহিমা

এয়া মোৰ বাবে অবিস্মৰণীয় মুহূৰ্তঃহিমা

ক্ৰীড়া প্ৰতিবেদকঃ মোক সকলোৱে সমৰ্থন জনোৱাৰ বাবে ধন্যবাদ জনালো।’- টুইটাৰযোগে দেশবাসীক ধন্যবাদ জ্ঞাপন হিমা দাসৰ।এছিয়ান গেম্ছৰ ফাইনেলত ৰূপ জয়ৰ পিছত হাতত ত্ৰিৰংগা আৰু গলত গামোচা লৈ গৰ্বিত অসম কন্যাগৰাকীয়ে অসমবাসীয়ে তেঁও প্ৰদান কৰা উৎসাহৰ বাবে ধন্যবাদ জনায়।

About Staff Reporter

চাব পাৰে

ভাগ্যৱতী কছাৰীক অসম বক্সিং সন্থাৰ সম্বৰ্ধনা

ষ্টাফৰিপোৰ্টাৰ: পোলেণ্ডৰ আন্তঃৰাষ্ট্ৰীয় বক্সিঙত স্বৰ্ণপদকৰ লগতে শ্ৰেষ্ঠ বক্সাৰৰ সম্মান লাভ কৰা অসমৰ ভাগ্যৱতী কছাৰীক দেওবাৰে …

Leave a Reply

Your email address will not be published. Required fields are marked *