এ পি এছ চিৰ ২০১৬ বৰ্ষৰ পৰীক্ষাৰ ফলাফল ঘোষণা
ষ্টাফৰিপৰ্টাৰ,এ পি এছ চিৰ ২০১৬ বৰ্ষৰ পৰীক্ষাৰ ফলাফল ঘোষণা। ভূমি আৰু ৰাজহ সেৱাত মুঠ ৬০গৰাকী প্ৰাৰ্থী উত্তীৰ্ণ।
এ পি এছ হিচাপে ৩গৰাকী, লেবাৰ অফিচাৰ ৩গৰাকী, কৰ অধীক্ষক দুগৰাকী, সমবায় বিভাগত ৫গৰাকী, লেবাৰ ইন্সপেক্টৰ ৭গৰাকী, কৰ পৰিদৰ্শক ৮গৰাকী, আবকাৰী পৰিদৰ্শক হিচাপে ১২গৰাকী আৰু নিয়োগ বিষয়া হিচাপে উত্তীৰ্ণ হ’ল ১০গৰাকী। এ চি এছৰ প্ৰথম স্থান লাভ কৰে মাৰিয়া টানিমে।