Tuesday , October 15 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / এ পি এছ চি কেলেংকাৰীৰ হ’ব ন্যায়িক তদন্ত

এ পি এছ চি কেলেংকাৰীৰ হ’ব ন্যায়িক তদন্ত

 

ষ্টাফৰিপৰ্টাৰ, ১৫ জুন, এ পি এছ চি কেলেংকাৰীৰ ন্যায়িক তদন্ত হ’ব। চৰকাৰৰ পুনঃনিৰীক্ষণ আৱেদন নাকচ কৰা হৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে আৱেদন নাকচ কৰিলে।এমাহৰ ভিতৰত তদন্ত কমিটী গঠনৰ নিৰ্দেশ দিয়া হৈছে। ৰাজ্য চৰকাৰে গ্ৰহণ কৰা নাছিল ন্যায়িক তদন্ত। অক্ৰাম প্ৰশান্ত সিঙৰ গোচৰৰ ভিত্তিত এই ৰায় দিয়া হৈছে।

About Staff Reporter

চাব পাৰে

ছবিগৃহ বিহিন জামুগুৰিহাটত আজি জুবিনৰ কাঞ্চনজংঘা

#ছবিগৃহ বিহিন জামুগুৰিহাটত আজি জুবিনৰ কাঞ্চনজংঘা৷ ফাৰ্ষ্ট নিউজ,জামুগুৰিহাট,১৪ অক্টোবৰ: মুক্তিৰ পূৰ্ৱেই অসমৰ শদিয়াৰপৰা ধুবুৰীলৈ খলকনিৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *