Sunday , January 26 2020
শেহতীয়া খবৰ
Home / ৰাজনীতি / ওদালগুৰিত কিৰেণ ৰিজিজু আৰু স্মৃতি ইৰাণী

ওদালগুৰিত কিৰেণ ৰিজিজু আৰু স্মৃতি ইৰাণী

 

ষ্টাফৰিপৰ্টাৰ, ২২ ফেব্ৰুৱাৰী, ওদালগুৰিত কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু আৰু স্মৃতি ইৰাণীওদালগুৰিত কিৰেণ ৰিজিজু আৰু স্মৃতি ইৰাণী উপস্থিত হয়। ৬খন ৰেচম বিভাগৰ উন্নত প্ৰযুক্তিৰ আঁচনিৰ শুভাৰম্ভণি কৰিলে মন্ত্ৰী দুগৰাকীয়ে। ৰেচমৰে জড়িত সকলো বিষয়ক জড়িত কৰা হ’ব এই আঁচনিৰে। ১৫,৫০০ লোক চাকৰি পাবলৈ সক্ষম হ’ব ৰেচম বিভাগত। আঁচনিৰ শুভাৰম্ভ কৰি কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ এই ঘোষণা। চেন্ট্রেল চিল্ক ব’ৰ্ড স্থাপনৰ লগতে ৰেচমৰ লগত জড়িত বি টি চি ৰ মহিলাসকল লাভান্বিত হ’ব বুলিও ক’লে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।

About Staff Reporter

চাব পাৰে

লোকসভাত উত্থাপন কৰা হ’ব কেব

  ষ্টাফৰিপৰ্টাৰ,৮ ডিচেম্বৰ : নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে অসম তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল উত্তপ্ত হৈ থকাৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *