Monday , August 26 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / কন্ঠশিল্পী গীতালী কাকতিৰ বাহন দুৰ্ঘটনাগ্ৰস্থ

কন্ঠশিল্পী গীতালী কাকতিৰ বাহন দুৰ্ঘটনাগ্ৰস্থ

গোলাঘাটৰ দেৰগাঁৱত এক পথ দুৰ্ঘটনাত পতিত হৈছে কন্ঠিশিল্পী গীতালী কাকতিৰ বাহন। জানিব পৰা অনুসৰি নগাঁৱৰ পৰা তিনিচুকীয়ালৈ আজি থকা এক অনুষ্ঠানৰ বাবে গৈ থাকোতেই এই পথ দুৰ্ঘটনাটো সংঘটিত হয়।

উল্লেখ্য যে কন্ঠশিল্পীগৰাকীৰ গাড়ীখন আৰু এখন বাইকৰ লগত মুখামুখি সংঘৰ্ষৰ ফলতে দেৰগাঁৱৰ নেঘেৰিটিঙত এই দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হৈছে বাইক আৰোহী গোলাঘাটৰ চন্দন শৰ্মা নামৰ লোকজন। অৱশ্যে এই দুৰ্ঘটনাত গায়িকাগৰাকী সমান্যভাৱে আহত হয় বুলি জানিব পৰা গৈছে।

About First News Report

Leave a Reply

Your email address will not be published. Required fields are marked *