Wednesday , June 19 2019
Home / আঞ্চলিক / কলিতাসকলক জনজাতিকৰণৰ দাবীত উত্তাল বাক্সাৰ তামুলপুৰ

কলিতাসকলক জনজাতিকৰণৰ দাবীত উত্তাল বাক্সাৰ তামুলপুৰ

 

 

 

 

ষ্টাফৰিপৰ্টাৰ,১২ জানুৱাৰী, কলিতাসকলক জনজাতিকৰণৰ দাবীত উত্তাল বাক্সাৰ তামুলপুৰ। কলিতা জনগোষ্ঠী সন্মিলন অসমৰ তামুলপুৰ জিলা সমিতি আৰু কলিতা জনগোষ্ঠী ছাত্র সন্থাৰ তামুলপুৰ সমিতিৰ উদ্যোগত ৰঙিয়া-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। বিভিন্ন শ্লোগানেৰে প্ৰতিবাদকাৰীয়ে উত্তাল কৰিলে পৰিৱেশ।

About Staff Reporter

চাব পাৰে

ৰঙিয়াত জাপানীজ এনকেফেলাইটিজৰ প্ৰাদুৰ্ভাৱ 

ৰঙিয়াত জাপানীজ এনকেফেলাইটিজৰ প্ৰাদুৰ্ভাৱ নাৰ্ছিংহোমৰ আই চি ইউত মৃত্যুৰে যুঁজিছে ৰঙিয়াৰ যুৱকে উত্তৰ কামৰূপ, ১৮ …

Leave a Reply

Your email address will not be published. Required fields are marked *