Wednesday , March 20 2019
Home / Uncategorized / কাইলৈৰ পৰা বৃদ্ধি হ’ব চিটী বাছৰ ভাড়া

কাইলৈৰ পৰা বৃদ্ধি হ’ব চিটী বাছৰ ভাড়া

 

ষ্টাফৰিপোৰ্টাৰ, কাইলৈৰ পৰা বৃদ্ধি হ’ব চিটী বাছৰ ভাড়া। চিটী বাছৰ ন্যূনতম ভাড়া হ’ব ৭ টকা। ৩ কিঃমিঃ পৰ্যন্ত ভাড়া হ’‍ব ৭ টকা। ৩ৰ পৰা ৫ কিঃমিঃ পৰ্যন্ত ভাড়া হ’ব ৮ টকা। ৫ৰ পৰা ৯ কিঃমিঃ পৰ্যন্ত ভাড়া হ’ব ১২ টকা। ৯ৰ পৰা ১৩ কিঃমিঃ পৰ্যন্ত ভাড়া হ’ব ১৫ টকা। ১৩ৰ পৰা ১৭ কিঃমিঃ পৰ্যন্ত ভাড়া হ’ব ১৮ টকা। ১৭ৰ পৰা ২১ কিঃমিঃ পৰ্যন্ত ভাড়া হ’ব ২১ টকা আৰু ২১ৰ পৰা ২৫ কিঃমিঃ পৰ্যন্ত ভাড়া হ’ব ২৩ টকা। পেট্ৰ’ল আৰু ডিজেলৰ পাছত এইবাৰ বৃদ্ধি হ’ব বাছৰ ভাড়া। ভাড়া বৃদ্ধিক লৈ সৰ্বত্ৰে সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ।

About Staff Reporter

চাব পাৰে

আজিৰ চেলফি

পুৰ্নিমা ৰাভা,

Leave a Reply

Your email address will not be published. Required fields are marked *