Tuesday , February 19 2019
Home / ক্ৰীড়া / কাইলৈ গুৱাহাটীত আই এছ এল ৰ গুৰুত্বপূৰ্ণ মেচ

কাইলৈ গুৱাহাটীত আই এছ এল ৰ গুৰুত্বপূৰ্ণ মেচ

 

 

ষ্টাফৰিপৰ্টাৰ, ৪ ডিচেম্বৰ, বুধবাৰে গুৱাহাটীত আই এছ এল ৰ গুৰুত্বপূৰ্ণ মেচ অনুষ্ঠিত হ’ব। বেংগালুৰু এফ চিৰ মুখামুখি হ’ব নৰ্থ ইষ্ট ইউনাইটেড। বেংগালুৰু দলত আছে জাতীয় দলৰ অধিনায়ক সুনীল ছেত্ৰী। ২২ পইণ্টেৰে তালিকাৰ শীৰ্ষত আছে বেংগালুৰু দল।

About Staff Reporter

চাব পাৰে

দ্বিতীয় এদিনীয়াতো জয়লাভ টীম ইণ্ডিয়াৰ

  ষ্টাফৰিপৰ্টাৰ, ২৬ জানুৱাৰী, ভাৰত আৰু নিউজিলেণ্ডৰ মাজত দ্বিতীয় এদিনীয়া মেচ। টছত জিকি প্ৰথমে বেটিং …

Leave a Reply

Your email address will not be published. Required fields are marked *