Tuesday , December 11 2018
শেহতীয়া খবৰ
Home / আঞ্চলিক / কাইলৈ প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ

কাইলৈ প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ

 

ষ্টাফৰিপৰ্টাৰ, ৪ ডিচেম্বৰ, বুধবাৰে প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। প্ৰথম পৰ্যায়ত ১৬খন জিলাত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ প্ৰক্ৰিয়া। তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, চৰাইদেউ, যোৰহাট, মাজুলী, গোলাঘাট, নগাঁও, ধেমাজী, লখিমপুৰ, বিশ্বনাথ, শোনিতপুৰ, দৰং, মৰিগাঁও, কামৰূপ আৰু কামৰূপ(মহানগৰ)ত অনুষ্ঠিত হ’ব প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন। দূৰণিবতীয়া ভোটকেন্দ্ৰসমূহলৈ ইতিমধ্যে ৰাওনা হৈছে প্ৰিজাইডিং তথা পুলিং বিষয়াসকল। প্ৰতিটো ভোটকেন্দ্ৰত কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা। আনহাতে ৯ডিচেম্বৰত অনুষ্ঠিত হ’ব দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন আৰু ১২ ডিচেম্বৰত অনুষ্ঠিত হ’ব ভোটগণনা।

About Staff Reporter

চাব পাৰে

বিশিষ্ঠা মঞ্চাভিনেত্ৰী ৰীণা ডেকা বৰুৱাক কিৰণময়ী মঞ্চাভিনেত্ৰী বঁটা প্ৰদান

  ষ্টাফৰিপৰ্টাৰ, ৯ ডিচেম্বৰ, জে বি প্ৰডাকচনৰ অন্যতম নিষ্ঠাবান অভিনেত্ৰী কিৰণময়ী বৰাৰ ২০১৬বৰ্ষৰ ১২জুনত মৃত্যু …

Leave a Reply

Your email address will not be published. Required fields are marked *