Sunday , January 26 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক / কাজিৰঙা-কাৰ্বি আংলঙত সম্পূৰ্ণৰূপে বন্ধ খনন কাৰ্য

কাজিৰঙা-কাৰ্বি আংলঙত সম্পূৰ্ণৰূপে বন্ধ খনন কাৰ্য

 

ষ্টাফৰিপৰ্টাৰ, ২৯ এপ্ৰিল, কাজিৰঙা-কাৰ্বি আংলঙত সম্পূৰ্ণৰূপে বন্ধ খনন কাৰ্য। অন্য স্থানৰ পৰা খনন সামগ্ৰী কঢ়িওৱা বাহনৰ থাকিব লাগিব সকলো ধৰণৰ নথি-পত্ৰ। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত খনন কাৰ্য বন্ধ কৰাৰ তথ্য সদৰি কৰিলে বোকাখাতৰ মহকুমা আৰক্ষী বিষয়া কল্যাণ দাসে।

About Staff Reporter

চাব পাৰে

বোকাখাতত অসম গণ পৰিষদ আৰু বিজেপি দলৰ সংকল্প সমাৰোহ

  ষ্টাফৰিপোৰ্টাৰ, ২৪ জানুৱাৰী ‘: বোকাখাতত আজি অসম গণ পৰিষদ আৰু বিজেপি দলৰ সংকল্প সমাৰোহ। …

Leave a Reply

Your email address will not be published. Required fields are marked *