Thursday , September 19 2019
শেহতীয়া খবৰ
Home / ব্যৱসায়-বাণিজ্য / কিয়া মটৰ্চৰ ২০২১ চনৰ ভিতৰত ৫ খন বাহন মুকলি কৰাৰ লক্ষ্যৰে সাজু হৈছে

কিয়া মটৰ্চৰ ২০২১ চনৰ ভিতৰত ৫ খন বাহন মুকলি কৰাৰ লক্ষ্যৰে সাজু হৈছে

 

ষ্টাফ ৰিপোৰ্টাৰ,,,,,১১ জুন।।। বিশ্বৰ অষ্টম বৃহত্তম অট’মেকাৰ কিয়া মটৰ্চে মঙল বাৰে গুৱাহাটীৰ হোটেল ভিভান্টাত এখন সংবাদমেল আয়োজন কৰে। সংবাদমেলত উপস্থিত থাকি কিয়া মটৰ্চৰ কাৰ্যবাহী সঞ্চালক য়ং এছ কিমে কয়’-“মিড-এছ ইউ ভি ছেল্ট’জৰ ২০ জুনত ৱৰ্ল্ড প্ৰিমিয়াৰ কৰি মুকলি কৰা হ’ব। ভাৰতৰ প্ৰথমটো প্ৰডাক্ট
মুকলি হোৱাৰ পিছত প্ৰতি ছয় মাহৰ মূৰে মূৰে একোখনকৈ নতুন কাৰ মুকলিৰে কিয়াই ২০২১ চনৰ ভিতৰত অন্ততঃ ৫ খন বাহন মুকলি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে”। কিয়া ছেল্ট’জৰ উৎপাদন হ’ব অন্ধ্ৰপ্ৰদেশৰ অনন্তপুৰৰ ৫৩৬ একৰৰ বিশাল কিয়া প্ৰকল্পত। এই প্ৰকল্পত বছৰি উৎপাদন কৰা হ’ব ৩ লাখখনকৈ বাহন।এই প্ৰকল্পত হাইব্ৰিড আৰু ইলেকট্ৰিক কাৰ উৎপাদনৰো সুবিধা থাকিব।পাৱাৰ টু ছাৰপ্ৰাইজ” ব্ৰেণ্ড দৰ্শনেৰে কিয়াই গ্ৰাহকক আগবঢ়াব আশাতীত অভিজ্ঞতা।”

About Staff Reporter

চাব পাৰে

ট্ৰেক এণ্ড টেলৰ ‘ইণ্টেলিপ্লে এক্সট্ৰিম” এপ মুকলি

  ষ্টাফৰিপৰ্টাৰ: ১৯ আগষ্ট : ভেহিকল ট্ৰেকিং সঁজুলি নিৰ্মাণ কৰি অহা অগ্ৰণী আই অ’ টি …

Leave a Reply

Your email address will not be published. Required fields are marked *