Wednesday , April 8 2020
শেহতীয়া খবৰ
Home / মহানগৰ / কিৰণময়ী মঞ্চাভিনেত্ৰী বঁটা প্ৰদান অনুষ্ঠান

কিৰণময়ী মঞ্চাভিনেত্ৰী বঁটা প্ৰদান অনুষ্ঠান

 

ষ্টাফৰিপোৰ্টাৰ, ২৭ ফেব্ৰুৱাৰী : “কিৰণময়ী মঞ্চাভিনেত্ৰী বঁটা ২০১৯” প্ৰদান অনুষ্ঠান পহিলা মাৰ্চত কটন কলেজ এলমিনি হলত পুৱা ১১ বজাত অনুষ্ঠিত হ’ব। জে বি প্ৰডাকচনৰ উদ্যোগত চতুৰ্থ বছৰৰ বাবে এই বঁটা লখিমপুৰৰ অক্লান্ত নাট্য সাধক লীলাবতী দত্ত মজুমদাৰক প্ৰদান কৰা হ’ব। এই অনুষ্ঠানত সকলোৰে উপস্থিতি তেজপুৰৰ জে বি প্ৰডাকচনৰ সভাপতি ডাঃ গোপেন্দ্ৰ মোহন দাস আৰু সাধাৰণ সম্পাদক ডাঃ জাহানাৰ বেগমে কামনা কৰিছে।

About Staff Reporter

চাব পাৰে

শ্ববে-বৰাত” উপলক্ষে নামাজ আৰু কবৰ জিয়াৰত নিজ নিজ ঘৰৰ পৰাই কৰিবলৈ অনুৰোধ গুৱাহাটী কবৰস্থান কমিটিৰ

  ষ্টাফৰিপোৰ্টাৰ, ৭ এপ্ৰিল :: ৰাজ্য চৰকাৰৰ নিৰ্দেশ নং এইছ এল এ/ ২৪৮/২০২০/২৫/ ২৩/০৩/২০২০ মৰ্মে …

Leave a Reply

Your email address will not be published. Required fields are marked *