Saturday , January 18 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক / কুৱাৰ ভিতৰত জ্বলিল বিলাতী সুৰা

কুৱাৰ ভিতৰত জ্বলিল বিলাতী সুৰা

দৰঙৰ দলগাঁৱত আমছুৱে জব্দ কৰি জ্বলাই দিলে বৃহৎ পৰিমাণৰ বিলাতী সুৰা।

দৰঙৰ দলগাঁৱৰ মাজমজিয়াৰ পৰা আমছুৱে আজি জব্দ কৰে বৃহৎ পৰিমানৰ সুৰা। দলগাঁও চাৰিআলিৰ ডাকঘৰৰ কাষতে দোকান এখনত অৱৈধ ভাৱে বিক্ৰী কৰি থাকোতে আমছুৰ সদষ্য সকলে জব্দ কৰে সুৰাখিনি৷ পিছত দলগাঁও আৰক্ষীৰ উপস্থিতিত দলগাঁও চাৰিআলিৰ পৰিত্যক্ত কুঁঁৱা এটাত সুৰাৰ বটলখিনি ভাঙি জ্বলাই দিয়া হয়৷

দলগাঁওৰ পৰা ৰফিক তালুকদাৰ৷

About Staff Reporter

চাব পাৰে

সাংবাদিক ৰন্তু বৈশ্য আৰু ৰূপজ্যোতি দাসক আক্ৰমণ কাৰী অপৰাধী মইনুল আলিক আটক

সাংবাদিক ৰন্তু বৈশ্য আৰু ৰূপজ্যোতি দাসক আক্ৰমণ কাৰী অপৰাধী মইনুল আলিক আটক, এতিয়াও মুকলি আকাশৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *