Wednesday , May 22 2019
Home / আঞ্চলিক / কৃষ্ণকান্ত সন্দিকৈ ৰাষ্ট্ৰীয় বঁটা ঘোষণা

কৃষ্ণকান্ত সন্দিকৈ ৰাষ্ট্ৰীয় বঁটা ঘোষণা

 

ষ্টাফৰিপৰ্টাৰ, ৬ ডিচেম্বৰ, কৃষ্ণকান্ত সন্দিকৈ ৰাষ্ট্ৰীয় বঁটা ঘোষণা কৰা হৈছে। অধ্যাপক ড০ অমৰেশ দত্তলৈ এই সন্মান আগবঢ়োৱা হৈছে। ১১ ডিচেম্বৰত ডিব্ৰুগড়ত অনুষ্ঠিত হ’ব বঁটা প্ৰদান অনুষ্ঠান। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰদান কৰিব বঁটা। বঁটাত থাকিব ৫ লাখ টকা, এখন প্ৰশস্তি পত্ৰ আৰু বিশেষভাৱে প্ৰস্তুত কৰা স্মাৰক।

About Staff Reporter

চাব পাৰে

ভোটগণনাক লৈ কামৰূপ(ম)ৰ উপায়ুক্তৰ সংবাদমেল

  ষ্টাফৰিপৰ্টাৰ, ২০ মে’ : ভোটগণনাক লৈ কামৰূপ(ম)ৰ উপায়ুক্তই সোম বাৰে এখন সংবাদমেলৰ আয়োজন কৰে। …

Leave a Reply

Your email address will not be published. Required fields are marked *