Monday , August 26 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / কৃষ্ণচূড়া দেশত নিৰ্বাচনত আছুৰ আধিপত্য

কৃষ্ণচূড়া দেশত নিৰ্বাচনত আছুৰ আধিপত্য

ষ্টাফৰিপোৰ্টাৰ,  গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচন মংগলবাৰে অনুষ্ঠিত হয়। কৃষ্ণচূড়া দেশৰ প্ৰতিনিধি নিৰ্বাচনৰ বাবে আটায়ে অংশ ল’লে গণতান্ত্ৰিক প্ৰক্ৰিয়াত। পুৱাৰে পৰা উখল মাখল হৈ পৰে বিশ্ববিদ্যালয়খনৰ চৌহদ। মুঠ ১৫টা পদত মুঠ প্ৰাৰ্থীৰ সংখ্যা ২৯গৰাকী। ১০ বজাৰ পৰা চলিল ভোটগ্ৰহণ প্ৰক্ৰিয়া।  সভাপতি পদত নিৰ্বাচিত আছু সমৰ্থিত প্ৰাৰ্থী লাকী মানি বৰুৱা আৰু সাধাৰণ সম্পাদক পদত বিজয়ী নয়নজ্যোতি গগৈ বিজয়ী হয়।

About Staff Reporter

চাব পাৰে

ধৰ্ষণ নে অন্য কিবা? অন্তৰ্বাস পৰিধান কৰি থকা মহিলাৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

বঙাইগাঁও জিলাৰ বইটামাৰীত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ বঙাইগাঁওঃ ২৫ আগষ্টঃ বঙাইগাঁও জিলাৰ বইটামাৰী আৰক্ষী চকী …

Leave a Reply

Your email address will not be published. Required fields are marked *