Monday , November 19 2018
শেহতীয়া খবৰ
Home / আঞ্চলিক / কৃষ্ণচূড়াৰ ৰঙীণ আবেশত প্ৰাণচঞ্চল গুৱাহাটী মহানগৰী,,,,

কৃষ্ণচূড়াৰ ৰঙীণ আবেশত প্ৰাণচঞ্চল গুৱাহাটী মহানগৰী,,,,

কৃষ্ণচূড়াৰ ৰঙীণ আবেশত প্ৰাণচঞ্চল গুৱাহাটী মহানগৰী,,,,

দীপাঞ্জলী ডেকা, 6জুন,,,,, ফুল ফুলাৰ বতৰ এইয়া। নানা ৰঙী ফুলৰ সমাহাৰত প্ৰাণচঞ্চল হৈ উঠিছে গুৱাহাটী মহানগৰী। কৃষ্ণচূড়া, ৰাধাচুড়া, এজাৰ আদি ফুলৰ সমাহাৰ ঘটিছে মহানগৰীত। নানা ৰঙী ফুলৰ দৌন্দৰ্যই কংক্ৰীটৰ মহানগৰীক নৰূপেৰে সজাই তুলিছে। উৎকট গৰমতটো পথিকে খন্তেক সময়ৰ বাবে হলেও সৌন্দৰ্য উপভোগ কৰিছে এই নানা ৰঙী ফুলৰ। কৃষ্ণচূড়াৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ সৈতে এক নিবিড় সম্পৰ্ক আছে। সেয়ে হয়তো বহুজনে ৰঙীন কৃষ্ণ চূড়াৰ তলত বহি ৰচি গল বহু কবিতা। এতিয়া মহানগৰীৰ সাত গাঁওৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয় হৈ সমগ্ৰ মহাৰাগৰীত জকমক কৈ ফুলি উঠিছে নানা ৰঙী ফুলবোৰৰ এক নান্দনিক দৃশ্য চৌদিশে পৰিলক্ষিত হৈছে। দুৰ দূৰণিৰ পথিকক অলপ সময়ৰ বাবে ক্ৰান্তি দিবলৈ সক্ষম হৈছে এই নানা ৰঙী ফুলে। বহু সমস্যাৰে ভৰপুৰ গুৱাহাটী মশনাগৰবাসীক প্ৰকৃতিৰ এই নান্দনিক দৃশ্যই কিছু পৰিমাণে সকাহ দিবলৈ সক্ষম হৈছে।

About Staff Reporter

চাব পাৰে

গুৱাহাটীস্থিত বাৰ্বিকিউ নেচন ৰেষ্টোৰাই মুকলি কৰিলে মেকঅভাৰেৰে নতুন ‘ল’গ ।

গুৱাহাটীস্থিত বাৰ্বিকিউ নেচন ৰেষ্টোৰাই মুকলি কৰিলে মেকঅভাৰেৰে  নতুন ‘ল’গ ।   ষ্টাফ ৰিপোৰ্টাৰ , গুৱাহাটীৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *