Friday , October 18 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / কৃষ্ণাইত অষ্টমীত অঘটনঃবাইকৰ খুন্দাত নিহত এজন

কৃষ্ণাইত অষ্টমীত অঘটনঃবাইকৰ খুন্দাত নিহত এজন

কৃষ্ণাইত অষ্টমীত অঘটনঃবাইকৰ খুন্দাত নিহত এজন

শাৰদীয় দুৰ্গোৎসৱৰ অষ্টমীৰ দিনাই কৃষ্ণাইত ঘটিল এক অঘটন ৷ কৃষ্ণাই আৰক্ষী থানাৰ অন্তৰ্গত পাইকাণত বাইকৰ খুন্দাত প্ৰাণ গ’ল এজনৰ ৷ আনহাতে গুৰুতৰ ভাৱে আহত হ’ল আন এজন ৷ জানিব পৰা মতে,পাইকাণৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এক তীব্ৰ বেগী মটৰ চাইকেলৰ খুন্দাত নিহত হয় যুৱক জন ৷ নিহত যুৱক জনক ইতিমধ্যে পাইকাণৰ দয়াল নাথ বুলি জানিব পৰা গৈছে ৷ আহত যু্ৱক জনক বাতৰি লিখা পৰলৈ চিনাক্ত কৰিব পৰা হোৱা নাই ৷ নিহত আৰু আহত যুৱক দুজনে ৰাষ্ট্ৰীয় পথ পাৰ হ’ব ধৰোতেই এই শোকাবহ ঘটনাটি সংঘটিত হয় ৷ ঘটনাটোৱে অঞ্জনটোত শোকৰ ছাঁ পেলাইছে ৷

কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ

About Staff Reporter

চাব পাৰে

জামুগুৰিহাটত ড০ দিলীপ কুমাৰ দত্তৰ স্মৃতি চাৰণ সভা

জামুগুৰিহাটত ড০ দিলীপ কুমাৰ দত্তৰ স্মৃতি চাৰণ সভা অসমীয়া সাহিত্য সন্মিলনীৰ সপ্তম প্ৰতিষ্ঠা দিৱসৰ উদ্ …

Leave a Reply

Your email address will not be published. Required fields are marked *