Sunday , December 15 2019
শেহতীয়া খবৰ
Home / ৰাজনীতি / কেব আহিলেও অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰসকল শংকিত হ’ব নালাগে- মুখ্যমন্ত্ৰী

কেব আহিলেও অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰসকল শংকিত হ’ব নালাগে- মুখ্যমন্ত্ৰী

 

ষ্টাফৰিপৰ্টাৰ, ২ ডিচেম্বৰ : নাগৰিকত্ব সংশোধনী বিধেয়ক (কেব) আহিলেও অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰসকল শংকিত হ’ব নালাগে, মাটি–ভেঁটি–কৃষ্টি সম্পূৰ্ণৰূপে নিৰাপদ কৰি ৰখাৰ দায়িত্ব চৰকাৰৰ’ ক’লে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

About Staff Reporter

চাব পাৰে

বিটিচিৰ চতুৰ্থটো পৰিষদীয় নিৰ্বাচন

  ষ্টাফৰিপৰ্টাৰ, ২৬ নৱেম্বৰ : সন্মুখত ২০২০। আসন্ন বিটিচিৰ চতুৰ্থটো পৰিষদীয় নিৰ্বাচন। ৪০ পৰিষদীয় আসনৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *