Friday , December 13 2019
শেহতীয়া খবৰ
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় / কেৰালাত বানত নিহতৰ সংখ্যা ৩৫৭লৈ বৃদ্ধি

কেৰালাত বানত নিহতৰ সংখ্যা ৩৫৭লৈ বৃদ্ধি

ষ্টাফৰিপোৰ্টাৰ, ১৯ আগষ্ট, কেৰালাত বানত নিহতৰ সংখ্যা ৩৫৭লৈ বৃদ্ধি পাইছে। আজিও অপৰিৱৰ্তিত কেৰালাৰ বান পৰিস্থিতি। ২২১খন দলং বিধ্বস্ত হৈ পৰিছে সংহাৰী বানত। দুৰ্যোগৰ বাবে সাহায্য আগবঢ়োৱা সকলোকে ধন্যবাদ জনালে কেৰেলাৰ মুখ্যমন্ত্ৰী পিনাৰায়ি বিজয়নে।

About Staff Reporter

চাব পাৰে

চাৰিদিনীয়া ভ্ৰমণসূচীৰে দিল্লীত শ্বেখ হাছিনা

  ষ্টাফৰিপৰ্টাৰ, ৩ অক্টোবৰ : চাৰিদিনীয়া ভ্ৰমণসূচীৰে দিল্লীত উপস্থিত হৈছে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা। ৫ …

Leave a Reply

Your email address will not be published. Required fields are marked *