Wednesday , August 21 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / গঁড়ৰ সুৰক্ষাৰ বাবে ‘বিশেষ গঁড় সুৰক্ষা বাহিনী’ গঠন

গঁড়ৰ সুৰক্ষাৰ বাবে ‘বিশেষ গঁড় সুৰক্ষা বাহিনী’ গঠন

গঁড়ৰ সুৰক্ষাৰ বাবে ‘বিশেষ গঁড় সুৰক্ষা বাহিনী’ গঠন।

গুৱাহাটীৰ প্ৰতিবেদক,১১, গঁড়ৰ সুৰক্ষাৰ বাবে ‘বিশেষ গঁড় সুৰক্ষা বাহিনী’ গঠন। অসমৰ সম্পদ এশিঙীয়া গঁড় তথা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সুৰক্ষা অধিক শক্তিশালী কৰাৰ বাবে গঠন কৰা হৈছে এই বাহিনী। বুধবাৰে অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয় ৯০ গৰাকী কনিষ্টবলক প্ৰদান কৰা হয় নিযুক্তি পত্ৰ। অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী নৱ কুমাৰ দলেও।

About Staff Reporter

চাব পাৰে

শিৱসাগৰত কৃষি বিভাগৰ কঠীয়া বিতৰণ অনুষ্ঠানৰ শুভাৰম্ভ 

শিৱসাগৰত কৃষি বিভাগৰ কঠীয়া বিতৰণ অনুষ্ঠানৰ শুভাৰম্ভ ফাৰ্ষ্ট নিউজ ,শিৱসাগৰ ২০ আগষ্ট ,   জয়ৰাপাৰ অঞ্চলৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *