Thursday , September 19 2019
শেহতীয়া খবৰ
Home / ব্যৱসায়-বাণিজ্য / গ’এয়াৰে দেশী যাত্রীৰ বাবে মেগা মিলিয়ন বিক্ৰী আৰম্ভ কৰিছে

গ’এয়াৰে দেশী যাত্রীৰ বাবে মেগা মিলিয়ন বিক্ৰী আৰম্ভ কৰিছে

 

ষ্টাফৰিপৰ্টাৰ, ২৯ মে’ : গ’এয়াৰে দেশী যাত্রীৰ বাবে মেগা মিলিয়ন বিক্ৰী আৰম্ভ কৰিছে। এই সুবিধাৰ জৰিয়তে গ্ৰাহকে ৮৯৯ টকাৰ পৰা টিকটৰ সুবিধা লাভ কৰিব। এক বিলিয়ন আসন ১৫ জুনৰ পৰা ৩১ ডিচেম্বৰলৈ উপলব্ধ হ’ব। তিনিদিনৰ নিৰ্ধাৰিত সময়ৰ বাবে ২৭ মে’ৰ পৰা ২৯ মে’লৈ বুকিং উইন’ড খোলা থাকিব। গ’ এয়াৰে ২৪ খন ঘৰুৱা আৰু ৪ খন অন্ত:ৰাষ্ট্ৰীয় লক্ষস্থানলৈ গ’ এয়াৰৰ বিমান চলাচল কৰিব। গ’ এয়াৰত ২৭ খন দৈনিক আৰু সপ্তাহত ১৯০০ খন উৰাজাহাজ চলাচল হয়। গ’এয়াৰৰ পৰিচালক সঞ্চালক জেহ ৱাদিয়াই কয়”২৭ মে’ৰ পৰা উপভোক্তাৰ হাতত ১০৬ ক্ষমতা থাকিব । ইয়াৰ দ্বাৰা তেওঁলোকে ২০১৯ চনৰ জুন আৰু ডিচেম্বৰৰ ভিতৰত নিজৰ দিন সময় আৰু পৰিবহণৰ খৰছ নিৰ্বাচন কৰাৰ স্বাধীনতা থাকিব। মেগা মিলিয়ন চেলত প্ৰাৰম্ভিক মূল্য ৪৯৯ ৰ পৰা নিৰ্ধাৰণ কৰা হয়।

About Staff Reporter

চাব পাৰে

ট্ৰেক এণ্ড টেলৰ ‘ইণ্টেলিপ্লে এক্সট্ৰিম” এপ মুকলি

  ষ্টাফৰিপৰ্টাৰ: ১৯ আগষ্ট : ভেহিকল ট্ৰেকিং সঁজুলি নিৰ্মাণ কৰি অহা অগ্ৰণী আই অ’ টি …

Leave a Reply

Your email address will not be published. Required fields are marked *