Thursday , September 19 2019
শেহতীয়া খবৰ
Home / ৰাজনীতি / গগৈ-ৰকিৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতি চলিছে কংগ্ৰেছত : পদত্যাগী নেতা

গগৈ-ৰকিৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতি চলিছে কংগ্ৰেছত : পদত্যাগী নেতা

নলবাৰীৰ 15 জনীয়া যুৱ কংগ্ৰেছ দল এটাই আজি বিজেপিত যোগদান কৰে।

2007 চনৰ পৰা কংগ্ৰেছ কৰি অহা ঘনিষ্ঠ নেতা কে ধৰি যুৱ কংগ্ৰেছ দল এটাই আজি বিজেপি যোগ দিয়ে।
কংগ্ৰেছ দলৰ ৰকিবুল হুছেইন, প্ৰাক্তন মন্ত্ৰী তৰুণ গগৈ কে ধৰি কিছু নেতাই এতিয়া পৰিয়াল কেন্দ্ৰিক ৰাজনীতিত ব্যস্ত। অসমৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই জি ঢৌ তুলিছে সেই সময়ত যদি15 জনীয়া দলটো বিজেপিত অংশ নলয় তেন্তে ভগৱানে ও ক্ষমা নকৰিব বুলি কয় ঘনিষ্ঠ নেতা জনে।।
নৰেন্দ্ৰ মোদীৰ কৰ্মই আপ্লুত কৰিছে কংগ্ৰেছ দলৰ কিছু সদস্যক।।
বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত চাহে কৈছে যে এতিয়া বিজেপিয়ে সৰ্বৰূপী ৰূপ লৈছে।এই ৰূপক সৰ্বস্পৰ্শী কৰাৰ কথা কয়।।

নলবাৰীৰ পৰা
হিমাংশু কলিতা

About Staff Reporter

চাব পাৰে

মেঘালয় বিধান সভাৰ অধ্যক্ষ ডাংকুপাৰ ৰয়ৰ মৃত্যুত শোক

  ষ্টাফৰিপৰ্টাৰ ২৮ জুলাই :মেঘালয় বিধান সভাৰ অধ্যক্ষ ডঃ ডংকুপাৰ ৰয়ৰ মৃত্যুত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *