Wednesday , August 21 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / গহপুৰত শ্বহীদ বীৰাংগনা কনকলতা বৰুৱাৰ ৯৪সংখ্যক জন্মদিন পালন

গহপুৰত শ্বহীদ বীৰাংগনা কনকলতা বৰুৱাৰ ৯৪সংখ্যক জন্মদিন পালন

 

ষ্টাফৰিপৰ্টাৰ, ২২ ডিচেম্বৰ, গহপুৰত শ্বহীদ বীৰাংগনা কনকলতা বৰুৱাৰ ৯৪সংখ্যক জন্মদিন পালন কৰ হয়। সুৰভি সাহিত্য সমাজৰ উদ্যোগত শ্বহীদগৰাকীৰ বৰঙাবাৰীস্থিত জন্মগৃহ তথা ভাতৃ কালিচৰণ বৰুৱাৰ বাসগৃহত প্ৰথমবাৰৰ বাবে ৰাজহুৱাভাৱে পালন কৰা হয় জন্মদিন। ১৯২৪ চনৰ ২২ ডিচেম্বৰত বৰঙাবাৰীত জন্মগ্ৰহণ কৰিছিল কনকলতা বৰুৱাই। ১৯৪২ চনত ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ কৰি গহপুৰ থানাত ত্ৰিৰংগা পতাকা উত্তোলন কৰিবলৈ গৈ ব্ৰিটিছ আৰক্ষীৰ গুলীত শ্বহীদ হৈছিল কনকলতা বৰুৱা।

About Staff Reporter

চাব পাৰে

শিৱসাগৰত কৃষি বিভাগৰ কঠীয়া বিতৰণ অনুষ্ঠানৰ শুভাৰম্ভ 

শিৱসাগৰত কৃষি বিভাগৰ কঠীয়া বিতৰণ অনুষ্ঠানৰ শুভাৰম্ভ ফাৰ্ষ্ট নিউজ ,শিৱসাগৰ ২০ আগষ্ট ,   জয়ৰাপাৰ অঞ্চলৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *