Wednesday , August 21 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / গুৱাহাটীত আগন্তুক তিনি দিনলৈ আকাশ মেঘাচ্ছন্ন হৈ থাকিব

গুৱাহাটীত আগন্তুক তিনি দিনলৈ আকাশ মেঘাচ্ছন্ন হৈ থাকিব

 

ষ্টাফৰিপৰ্টাৰ, ২৮ এপ্ৰিল, শ্ৰীলংকাৰ দক্ষিণ দিশত উৎপত্তি হোৱা ফেণী ঘূৰ্ণীবতাহৰ প্ৰভাৱ উত্তৰ-পূৰ্বাঞ্চলত নপৰে। বতাহৰ গতি সলনি হ’লে পৰৱর্তী সময়ত কিছু পৰিমাণে প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে। অৱশ্যে কিছু কিছু ঠাইত ২ মে’লৈ বৰষুণ অহাৰ সম্ভাৱনা। গুৱাহাটীত আগন্তুক তিনি দিনলৈ আকাশ মেঘাচ্ছন্ন হোৱাৰ লগতে পাতলীয়া বৰষুণ হোৱাৰ আগজাননী জাৰি কৰিলে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই।

About Staff Reporter

চাব পাৰে

শিৱসাগৰত কৃষি বিভাগৰ কঠীয়া বিতৰণ অনুষ্ঠানৰ শুভাৰম্ভ 

শিৱসাগৰত কৃষি বিভাগৰ কঠীয়া বিতৰণ অনুষ্ঠানৰ শুভাৰম্ভ ফাৰ্ষ্ট নিউজ ,শিৱসাগৰ ২০ আগষ্ট ,   জয়ৰাপাৰ অঞ্চলৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *