Wednesday , January 23 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / গুৱাহাটীত "ইন টাচ'ৰ দ্বিতীয় টো শ্বৰুম মুকলি

গুৱাহাটীত "ইন টাচ'ৰ দ্বিতীয় টো শ্বৰুম মুকলি

গুৱাহাটীত “ইন টাচ’ৰ দ্বিতীয় টো শ্বৰুম মুকলি

গুৱাহাটীৰ প্ৰতিবেদক ২১ জুলাই,,,,,।।।।। গুৱাহাটী মহানগৰীৰ উলুবাৰীত শনিবাৰে মুকলি কৰা হয় মাল্টি মোবাইল প্ৰতিষ্ঠান ইন টাচৰ দ্বিতীয়টো শ্বৰূম। এই শ্বৰুমটো মুকলি কৰে বিশিষ্ট সমাজ সেৱিকা সুমন বাথ্ৰাই। বিভিন্ন ধৰণৰ ব্ৰেণ্ডৰ মোবাইল শ্বৰুমটোত উপলব্ধ হোৱাৰ লগতে গ্ৰাহকে নিজৰ পছন্দ অনুসৰি অতি কম মূল্যত অত্যাধুনিক মোবাইল ফোন ক্ৰয় কৰিব পাৰিব বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে শ্বৰুমটোৰ স্বত্বাধিহকাৰী পংকজ সুৰানাই । আনহাতে এই শ্বৰুমত আই ফোন, চেমচাং , অপ, ভিভো ছনি আদিকে ধৰি বিভিন্ন ফোন উপলব্ধ তথা মোবাইল সম্পৰ্কীয় সা সৰঞ্জাম উপলব্ধ হব। এই শ্ব ৰুম টোৰ মুকলি অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে অসম আৰক্ষীৰ প্ৰাক্তন সঞ্চালক জি এম শ্ৰীবাস্তব আৰু মোকেশ সাহাই।

About Staff Reporter

চাব পাৰে

কল্পৰ উদ্যোগত “কল্পবৃক্ষ”

  ষ্টাফ ৰিপোৰ্টাৰ।।। ২১ জানুৱাৰী।।। সাহিত্য, কলা- সংস্কৃতি আৰু সামাজিক সংহতিৰ প্ৰসাৰৰ অনুষ্ঠান কল্পই গুৱাহাটীত …

Leave a Reply

Your email address will not be published. Required fields are marked *