Tuesday , January 22 2019
শেহতীয়া খবৰ
Home / ৰাজনীতি / গুৱাহাটীত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেল

গুৱাহাটীত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেল

 

ষ্টাফৰিপৰ্টাৰ, ,২৯ ডিচেম্বৰ, বৰঝাৰ বিমানবন্দৰত দলীয় নেতা–কৰ্মীয়ে উষ্ম আদৰণি জনালে গোৱেলক। বিমানবন্দৰৰ পৰা পোনে পোনে ৰাওনা হয় সোণাপুৰলৈ। দুপৰীয়া আঢ়ৈ বজাত কামাখ্যা গেষ্ট হাউছত মিলিত হ’য় এক বৈঠকত।

বগীবিল দলঙৰ দ্বাৰা বাজপেয়ীৰ সপোন পূৰণ কৰিলে প্ৰধানমন্ত্ৰীয়ে। অসম-অৰুণাচল প্ৰদেশক এক কৰিলে বগীবিল দলঙে। সামৰিক, অৰ্থনৈতিক সকলো দিশতে ইতিবাচক ভূমিকা ল’ব এই দলংখনে। গুৱাহাটীত মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলৰ। এন ই ডি এৰ জৰিয়তে কংগ্ৰেছমুক্ত হ’ল উত্তৰ-পূব। ৮খন ৰাজ্য আৰু কেন্দ্ৰ মিলি ডাবল ইঞ্জিনৰ দৰে কাম কৰিব বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।

About Staff Reporter

চাব পাৰে

আমিও ভূমিপুত্ৰ হিচাপে জাতিটোৰ দায়িত্ব লৈছোঁ, শেষপৰ্যন্ত জাতিৰ স্বাৰ্থত কাম কৰি যাম — সৰ্বানন্দ সোণোৱাল

  ষ্টাফৰিপৰ্টাৰ, ২০ জানুৱাৰী, “আমিও ভূমিপুত্ৰ হিচাপে জাতিটোৰ দায়িত্ব লৈছোঁ, শেষপৰ্যন্ত জাতিৰ স্বাৰ্থত কাম কৰি …

Leave a Reply

Your email address will not be published. Required fields are marked *