Tuesday , January 22 2019
শেহতীয়া খবৰ
Home / চিত্ৰ-সংবাদ / গুৱাহাটীত উপস্থিত বলীউদৰ কণ্ঠশিল্পী হিমেশ ৰেছমিয়া

গুৱাহাটীত উপস্থিত বলীউদৰ কণ্ঠশিল্পী হিমেশ ৰেছমিয়া

 

ষ্টাফৰিপৰ্টাৰ,২৯ ডিচেম্বৰ, গুৱাহাটীত উপস্থিত বলীউদৰ কণ্ঠশিল্পী হিমেশ ৰেছমিয়া।
বৰঝাৰ বিমানবন্দৰত উষ্ম আদৰণি অনুৰাগীৰ। বিমানবন্দৰৰ পৰা চিৰাঙলৈ ৰাওনা হয় ৰেছমিয়া। সন্ধিয়া অংশ ল’য় চিৰাঙত অনুষ্ঠিত দুইজিং মেলাত।

About Staff Reporter

চাব পাৰে

বৰঝাৰ বিমানবন্দৰত উপস্থিত বলীউদৰ জনপ্ৰিয় অভিনেত্ৰী মালাইকা আৰোৰা

ষ্টাফৰিপৰ্টাৰ, ৪ জানুৱাৰী, বৰঝাৰ বিমানবন্দৰত উপস্থিত বলীউদৰ জনপ্ৰিয় অভিনেত্ৰী মালাইকা আৰোৰা। বিমানবন্দৰত অভিনেত্ৰীগৰাকীক উষ্ম আদৰণি …

Leave a Reply

Your email address will not be published. Required fields are marked *