Wednesday , January 23 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / গুৱাহাটীত এম আই ৰ শ্বৰূম মুকলি

গুৱাহাটীত এম আই ৰ শ্বৰূম মুকলি

 

ষ্টাফ ৰিপোৰ্টাৰ : ভাৰতৰ বৰ্তমান এক নম্বৰ মবাইল প্ৰতিষ্ঠান এম এই মোবাইলে শনিবাৰে শীলপুখুৰীত নতুন বিপনী মুকলি কৰে। লগতে তেওঁলোকৰ নতুন এল ই ডি স্মাৰ্ট টিভি ৪A -৩২ইঞ্চি আৰু এম আই এল ই ডি স্মাৰ্ট টিভি ৪A-৪৩ ও মুকলি কৰে। এই টিভিতো মুকলি কৰে কমল ফিউটিউৰটিক্স টেকন’লজীৰ সঞ্চালক পংকজ চোৰানাই। তেওঁ কেক কাটি এই বিপনী খন মুকলি কৰে। বিপনী খনৰ স্বত্বাধিকাৰি দেৱব্ৰত নাথে কয় “৩২ ইঞ্চিৰ টিভিৰ মূল্য ১৪,৫০০ টকা আৰু ৪৩ ইঞ্চিৰ টিভিতোৰ মূল্য ২৩,৭৯৯ টকা ধাৰ্য কৰা হৈছে। এই সন্দৰ্ভত শ্ব ৰুমটোৰ স্বত্বাধিকাৰী দেৱব্ৰত নাথে লগতে কয় “আধুনিক আৰু এইচ ডি টেকনলজিৰে নিৰ্মাণ কৰা এই টিভিটোত গ্ৰাহকে ক’ম মূল্যত বহুতো সুবিধা লাভ কৰিব পাৰিব পাব পাৰিব।’

About Staff Reporter

চাব পাৰে

কল্পৰ উদ্যোগত “কল্পবৃক্ষ”

  ষ্টাফ ৰিপোৰ্টাৰ।।। ২১ জানুৱাৰী।।। সাহিত্য, কলা- সংস্কৃতি আৰু সামাজিক সংহতিৰ প্ৰসাৰৰ অনুষ্ঠান কল্পই গুৱাহাটীত …

Leave a Reply

Your email address will not be published. Required fields are marked *