Thursday , April 9 2020
শেহতীয়া খবৰ
Home / Business / গুৱাহাটীত টাটা নেক্সন এ এম টি মুকলি।।।

গুৱাহাটীত টাটা নেক্সন এ এম টি মুকলি।।।

গুৱাহাটীত টাটা নেক্সন এ এম টি মুকলি।।।।

গুৱাহাটীৰ প্ৰতিবেদক,,,।।।18 জুন,,,গুৱাহাটীৰ কাফমাখ্যা গেটত থকা কামাখ্যা মোটৰ্চত নেক্সন হাইপাৰ ড্ৰাইভত সোমবাৰে এছ লেভেল নেক্সন কাৰখন মুকলি কৰে মাৰ্কেটিং বিভাগৰ উপাধক্ষ এছ এন বৰ্মনে । তেওঁ কয় – “পেট্ৰল সংস্কৰনৰ আৰম্ভণি মূল্য 9.41 লাখ। এক্স স্বৰূম দিল্লী আৰু ডিজেল সংস্কৰণৰ মূল্য 10.3 লাখ টকা। টাটা নেক্সন হাইপাৰ ড্ৰাইভ এছ এছ জি হ’ল মাল্টি ড্ৰাইভ যুক্ত দেশৰ প্রথমখন এ, এম টি গাড়ী। গাড়ীখনত 350 লিটাৰ বুট স্পেচৰ বহল কেবিন , অতিৰিক্ত বেগ ৰখাৰ বাবে 60.40 আসন বিন্যাসৰ ব্যৱহাৰে দূৰনীবটীয়া যাত্ৰাৰ বাবে থকা ব্যৱস্থাই গাড়ীখনৰ ব্যৱহাৰিক দিশৰ অন্যন্য মাত্ৰা দিব।

About Staff Reporter

চাব পাৰে

কৰ্তব্যৰত সাংবাদিক – সংবাদকৰ্মীক স্বাস্থ্য বীমাৰ আওতাত অনাৰ বাবে জাফাৰ মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান

  ষ্টাফৰিপোৰ্টাৰ, ৭ এপ্ৰিল :: কৰ’না ভাইৰাছ তথা কভিড১৯ য়ে সৃষ্টি কৰা আতংকময় পৰিস্থিতি স্বতেও …

Leave a Reply

Your email address will not be published. Required fields are marked *