Thursday , September 19 2019
শেহতীয়া খবৰ
Home / ব্যৱসায়-বাণিজ্য / গুৱাহাটীত ডা০ স্পেকটেকল’ৰ প্ৰথমখন দোকান মুকলি

গুৱাহাটীত ডা০ স্পেকটেকল’ৰ প্ৰথমখন দোকান মুকলি

 

ষ্টাফ ৰিপোৰ্টাৰ,,,,১৬ আগষ্ট।। মাচ চোৱান অপর্টিকা প্ৰাইভেট লিমিটেড ৰ ডা০ স্পেকটেকল’ য়ে শুকুৰবাৰে গুৱাহাটীস্থিত পল্টনবজাৰত প্রথমখন ৰিটেইল শ্ব’ৰুম অনুষ্ঠানিক ভাৱে মুকলি কৰে। ১৫০০ বৰ্গযুক্ত তিনিমহলীয়া এই শ্ব’ৰূমটোত গ্ৰাহকে বিচৰা সকলো ধৰণৰ আন্ত:ৰাষ্ট্ৰীয় চশমা আৰু ছানগ্লাচৰ ডিচপ্লে’ৰ উপৰিও অভিজ্ঞতাসম্পন্ন ডাক্তৰৰ দ্বাৰা চকু পৰীক্ষা কৰা ব্যৱস্থা আৰু কিডচ চেকচনও উপলব্ধ হ’ব। এই শ্ব ৰূমটো অনুষ্ঠানিক ভাবে মুকলি কৰি ডাঃ গৌতম শইকীয়াই কয়”- গুৱাহাটীত এইখনেই ইয়াৰ প্রথম শ্ব’ৰুম। মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ যাতে, ইয়াৰ জৰিয়তে আমাৰ থলুৱা নিবনুৱা সকলে কৰ্মসংস্থাপন লাভ কৰিব পাৰে”। আনহাতে, ৰাষ্ট্ৰীয় চেলচ প্ৰবন্ধক হিমাংশু দাসে কয়- “গোটেই ভাৰতৰ ভিতৰত গুৱাহাটী হ’ল এখন সুকীয়া নগৰ। আমি গুৱাহাটীত আমাৰ শ্ব’ৰুম খোলাৰ মূল উদ্দেশ্য হৈছে নৰ্থ ইষ্টৰ ভিতৰত গুৱাহাটী য়ে হৈছে দ্ৰুতভাৱে সম্প্ৰসাৰিত এক বজাৰৰ ঠাই হোৱাৰ লগতে আৰু লগতে আমি বিশেষ ভাবে গুৱাহাটী’কে ধৰি গোটেই উত্তৰ-পূৰ্বাঞ্চলৰ নিবনুৱা সকলৰ বাবে চাকৰি সৃষ্টি কৰি নিবনুৱা সকলক সংস্থাপন দিয়াৰ বাবে আমি গুৱাহাটীত আমাৰ শ্ব’ৰুম মুকলি কৰিছোঁ। আনহাতে, আজিৰ অনুষ্ঠানৰ আন এগৰাকী বিশিষ্ট ব্যক্তিডাঃ সত্যেন ডেকা উপস্থিত থাকি চমু বক্তব্য আগবাঢ়ায়।

About Staff Reporter

চাব পাৰে

ট্ৰেক এণ্ড টেলৰ ‘ইণ্টেলিপ্লে এক্সট্ৰিম” এপ মুকলি

  ষ্টাফৰিপৰ্টাৰ: ১৯ আগষ্ট : ভেহিকল ট্ৰেকিং সঁজুলি নিৰ্মাণ কৰি অহা অগ্ৰণী আই অ’ টি …

Leave a Reply

Your email address will not be published. Required fields are marked *