Wednesday , August 21 2019
শেহতীয়া খবৰ
Home / ব্যৱসায়-বাণিজ্য / গুৱাহাটীত ‘দ্য ব’ডি শ্বপ’ৰ প্ৰথমখন বিপণী মুকলি

গুৱাহাটীত ‘দ্য ব’ডি শ্বপ’ৰ প্ৰথমখন বিপণী মুকলি

 

ষ্টাফ ৰিপোৰ্টাৰ,,,,১৭ মে।।।।কছমেটিক্স আৰু টয়লেট্ৰীজ সামগ্ৰীৰ আগশাৰীৰ গোলকীয় খুচৰা বিক্রেতা ‘দ্য ব’ডী শ্বপে’ গুৱাহাটীৰ চিটী চেণ্টাৰ মলত মুকলি কৰিলে ইয়াৰ প্ৰথমখন বিপণী। ছালৰ যতন, স্নান আৰু শৰীৰ, মেক-আপ, কেশ আৰু পুৰুষৰ উপযোগী সামগ্রী উপলব্ধ থকা বিপনীখনৰ সন্দৰ্ভত ‘দ্য ব’ডী শ্বপ’ এছিয়া ছাউথৰ খুচুৰা আৰু বাণিজ্য শাখাৰ উপাধ্যক্ষ বিশাল চতুৰ্বেদীয়ে কয়-“এই বিপনী খনৰ সৈতে “দ্য ব’ডী শ্বপ’ এতিয়া ৬৫ খনতকৈ অধিক মহানগৰত উপলব্ধ আৰু ইকমাৰ্চৰ জৰিয়তে আমি ভাৰতৰ ৭০০তকৈ অধিক নগৰ আৰু মহানগৰত প্ৰবেশ কৰিছোঁ”। আজিৰ অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্ত আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ শিল্পী ৱাহিদা আহমেদ।

About Staff Reporter

চাব পাৰে

উলুবাৰীত “এন ই ট্ৰফী ৱৰ্ল্ড” মুকলি

  ষ্টাফৰিপৰ্টাৰ, ১১ আগষ্ট : “এটা ট্র’ফিয়ে এটা বিশেষ মুহূৰ্তক সাক্ষী কৰি ৰাখে। এটা ট্র’ফিয়ে …

Leave a Reply

Your email address will not be published. Required fields are marked *