Tuesday , December 11 2018
শেহতীয়া খবৰ
Home / আঞ্চলিক / গুৱাহাটীত নেহা ধুপিয়া।

গুৱাহাটীত নেহা ধুপিয়া।

গুৱাহাটীত নেহা ধুপিয়া।

দীপাঞ্জলী ডেকা, ৫জুলাই,, গুৱাহাটীত উপস্থিত হল বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী, মডেল নেহা ধুপিয়া। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সৌন্দৰ্য ৰ প্রতি বাৰুকৈযে আকৰ্ষিত নেহা ধুপিয়াই কলে,,অসম তথা উত্তৰ পূৰ্বাঞ্চলত যথেষ্ট প্ৰতিভাশালি লোক আছে। সংগীতৰ ক্ষেত্ৰতো যথেষ্ট প্ৰতিভা আছে। অসমৰ লোক সকল ফেশ্যন প্রিয়। অসমৰ লোক সকল যথেষ্ট অমায়িক আৰু শান্তি প্রিয়। অসমৰ খাদ্য যথেষ্ট ভাল। অসমৰ চলচ্চিত্ৰ উদ্যোগতো যথেষ্ঠ ভাল। বলিউডৰ অভিনেত্ৰী গৰাকীয়ে বৃহস্পতিবাৰে গুৱাহাটীৰ খ্ৰীষ্টানবস্তিত ৰিগেল শ্বুজত ৱেডিঙ কালেকচন মুকলি কৰে। এই অনুষ্ঠানত ৰিগেল শ্বুজৰ সঞ্চালক নাজিম বিৰজি উপস্থিত থাকে। এই বিপনিত পুৰুষ মহিলা ৰ বাবে কেইবাটাও প্ৰখ্যাত আন্তঃৰাষ্ট্ৰীয় ব্ৰেণ্ড ৰ কালেকচন আছে তাৰ ভিতৰত বাকাৰ ইংলেণ্ড, টিওনে লণ্ডন, ক’ল হান, টমছ আদি।।।।

About Staff Reporter

চাব পাৰে

বিশিষ্ঠা মঞ্চাভিনেত্ৰী ৰীণা ডেকা বৰুৱাক কিৰণময়ী মঞ্চাভিনেত্ৰী বঁটা প্ৰদান

  ষ্টাফৰিপৰ্টাৰ, ৯ ডিচেম্বৰ, জে বি প্ৰডাকচনৰ অন্যতম নিষ্ঠাবান অভিনেত্ৰী কিৰণময়ী বৰাৰ ২০১৬বৰ্ষৰ ১২জুনত মৃত্যু …

Leave a Reply

Your email address will not be published. Required fields are marked *