Monday , August 26 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / গুৱাহাটীত ভোট দিলে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে (ভিডিঅ)

গুৱাহাটীত ভোট দিলে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে (ভিডিঅ)

আজি দিনৰ ২.৫০ বজাত ভোট দিলে ডঃ মনমোহন সিং এ। সপত্নীক গুৱাহাটী লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ববিতা শর্মাক ভোট দিলে দিছ্পুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত।ভোটদান কৰি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ ঘৰত কংগ্ৰেছ নেতৃত্বৰে আলোচনাত বহে দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীয়ে। সন্ধিয়া পুনৰ উভতি যায় দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীয়ে।

About Staff Reporter

চাব পাৰে

ধৰ্ষণ নে অন্য কিবা? অন্তৰ্বাস পৰিধান কৰি থকা মহিলাৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

বঙাইগাঁও জিলাৰ বইটামাৰীত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ বঙাইগাঁওঃ ২৫ আগষ্টঃ বঙাইগাঁও জিলাৰ বইটামাৰী আৰক্ষী চকী …

Leave a Reply

Your email address will not be published. Required fields are marked *