Wednesday , July 17 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / গুৱাহাটীত মঞ্চস্থ কৰা হল ৰ’ব ড্ৰাম’ণ্ডৰ নাট ” ট্ৰু এণ্ড ফলছ”

গুৱাহাটীত মঞ্চস্থ কৰা হল ৰ’ব ড্ৰাম’ণ্ডৰ নাট ” ট্ৰু এণ্ড ফলছ”

 

ষ্টাফ ৰিপোৰ্টাৰ ২১ ডিচেম্বৰ ,, বিশ্ব বিখ্যাত লেখক ৰ’ব ড্রাম’ণ্ডৰ লেখাৰ ভিত্তিত প্ৰস্তুত কৰা নাট ট্ৰু এণ্ড ফলছৰ নাট্যনুষ্ঠান শুকুৰবাৰে গুৱাহাটীৰ মাছখোৱাত মঞ্চস্থ কৰা হয়। ৰিয়েলিটি শ্ব বোৰৰ বিভিন্ন সঁচা মিছা পৰিঘটনাৰে সজোৱা নাটখন পৰিচালনা কৰিছে ৰোহন কুমাৰ দাসে। ৰূবী ভিজনছ আৰু বব বৰুৱাৰ বেনফেক্সনৰ বেনাৰত এই নাটখনৰ প্ৰযোজনা পল্লৱী চুমকী বৰুৱাৰ।জিত চলিহা,ৰঞ্জিৱ লাল বৰুৱা, নীতালি দাস, লিমা দাস, আদিয়ে অভিনয় কৰা নাটখন দুদিনীয়া কাৰ্যসুচিৰে অনুষ্ঠিত হ’ব বুলি শুকুৰবাৰে এক সংবাদমেল যোগে সদৰী কৰে পৰিচালক ৰোহন কুমাৰ দাসৰ লগতে পল্লৱী চুমকী বৰুৱা আৰু আশা কোঠাৰী চৌধুৰীয়ে।

About Staff Reporter

চাব পাৰে

মিঞা কবিতাৰে অসমীয়া জাতি, বাঘ হাজৰিকাক অপমান কৰাৰ লগতে ভাতৃঘাটি সংঘাত লগোৱাৰ চেষ্টা

বঙাইগাঁৱত সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ সংবাদ মেল মিঞা কবিতাৰে অসমীয়া জাতি, বাঘ হাজৰিকাক অপমান …

Leave a Reply

Your email address will not be published. Required fields are marked *