Monday , February 17 2020
শেহতীয়া খবৰ
Home / ব্যৱসায়-বাণিজ্য / গুৱাহাটীত মুকলি কৰা হ’ল বহু প্ৰতীক্ষীত কে টি এম ৩৯০ এডভেঞ্চাৰ

গুৱাহাটীত মুকলি কৰা হ’ল বহু প্ৰতীক্ষীত কে টি এম ৩৯০ এডভেঞ্চাৰ

 

ষ্টাফৰিপোৰ্টাৰ, ১২ ফেব্ৰুৱাৰী : গুৱাহাটীত মুকলি কৰা হ’ল বহু প্ৰতীক্ষীত কে টি এম ৩৯০ এডভেঞ্চাৰ মটৰ চাইকেল। ৪৩ এইচ পি যুক্ত আৰু ৩৭ এন এম টৰ্কৰ সৈতে কে টি এম ৩৯০ ক লৈ বাইক আৰোহী সকলৰ উৎসুকতাক চেৰ পেলাই আজি মুকলি কৰা হয় এই মটৰ চাইকেল। এই মটৰ চাইকেল খনত সংযুক্ত কৰা হৈছে কেতবোৰ বিশেষ সুবিধা। মোবাইলৰ ব্লু টুথৰ সৈতে সংযোগ কৰিব পৰা লগতে ফোন, সংগীত আৰু প্ৰতিটো পথ দেখুৱাই যোৱাত সহায় কৰিব। ১৬২ কিলো ওজনৰ ১৪,৫ লিটাৰৰ টেংকী যুক্ত কে টি এম ৩৯০ এডভেঞ্চাৰ ট্রেভেলৰ লগতে দৈনিক চহৰত ব্যৱহাৰৰ বাবে উপযোগীকৈ গঢ়ি তোলা হৈছে। ৬ গীয়েৰ যুক্ত কে টি এম থ্ৰীৰ গুৱাহাটীৰ এক্স শ্ব’ ৰুমৰ মূল্য ২,৯৯০০১ টকা।

About Staff Reporter

চাব পাৰে

হেভেলছৰ গুৱাহাটী প্লেন্টৰক অনা- চাহ খণ্ডত সৰ্বোত্তম কমপ্লায়েন্স ফেক্টৰী হিচাপ স্বীকৃতি প্ৰদান

  ষ্টাফ ৰিপ’ৰ্টাৰ,,,২৭ নৱেম্বৰ।।।। ভাৰতৰ এক অগ্ৰণী ফাষ্ট মোভিং ইলেকট্ৰনিক কোম্পানীক বুধবাৰে ১৯৮৭ৰ অধীনত সৰ্বোত্তম …

Leave a Reply

Your email address will not be published. Required fields are marked *