Saturday , March 23 2019
Home / ব্যৱসায়-বাণিজ্য / গুৱাহাটীত মুকলি হ’ল কোকা কলা ইণ্ডিয়াৰ নতুন পানীয় একোৱাৰিয়াছ গ্লুক’ চার্জ

গুৱাহাটীত মুকলি হ’ল কোকা কলা ইণ্ডিয়াৰ নতুন পানীয় একোৱাৰিয়াছ গ্লুক’ চার্জ

 

ষ্টাফ ৰিপোৰ্টাৰ ১৯ ডিচেম্বৰ।।।। দেশৰ অগ্ৰণী পানীয় কোম্পানী কোকা কলা ইণ্ডিয়াই উত্তৰ পূবত উন্নত হাইড্ৰেচন পৰ্টফলিঅ’ৰ বিস্তাৰৰ উদ্দেশ্যে মুকলি কৰিলে একোৱাৰিয়াছ গ্লুক”চার্জ নামৰ এবিধ পানীয়। ফলৰ ৰস আৰু আৱশ্যকীয় খনিজৰে তৈয়াৰী এই একোৱাৰিয়াছ গ্লু’কজ পানীয়বিধ নেমু, আপেল, আৰু কমলাৰ সোৱাদত উপলব্ধ হব। বুধবাৰে এক সংবাদমেলযোগে এই পানীয়বিধ মুকলি কৰি কোকা কলা ইণ্ডিয়া এণ্ড ছাউথ ৱেষ্ট এছিয়াৰ উপ সভাপতি পাব্লিক এফেয়াাৰ্চ কমিউনিকেচন এণ্ড চাচটেইনেবিলিটি ইছটেয়াক আমজাদে কয় “ভাৰতত গৰম দীঘলীয়া সময়লৈ থাকে আৰু গৰমত মানুহৰ ডিহাইড্ৰেচনৰ সমস্যা হয় , গতিকে ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ গৰমত এই পানীয় বিধে সকাহ দিবলৈ সক্ষম হব আৰু ভাগৰ দূৰ কৰি শৰীৰটোক হাইড্ৰেট কৰি ৰাখে। একোৱাৰিয়াছ গ্লুক চার্জৰ বিস্তাৰৰ বাবে উত্তৰ পূব ভাৰতৰ ব্যাপক নুমুনাৰ ইতিমধ্যে আয়োজন কৰিছে।” সংবাদমেলত উপস্থিত থাকে কোকাকলা ইণ্ডিয়াৰ ইমাৰ্জিং কেটেগৰিজৰ সঞ্চালক অনুপ মনোহৰ।

About Staff Reporter

চাব পাৰে

ৰিলায়েঞ্চ পৰিয়ালৰ ইতিবাচক পদক্ষেপ

  ষ্টাফৰিপৰ্টাৰ, ১২ মাৰ্চ, দেশৰ নিৰাপত্তাৰক্ষীলৈ ৰিলায়েঞ্চ পৰিয়ালয়ে সন্মান আগবঢ়াই ছে। নিৰাপত্তাৰক্ষীৰ বাবে আয়োজন কৰে …

Leave a Reply

Your email address will not be published. Required fields are marked *