Sunday , April 5 2020
শেহতীয়া খবৰ
Home / Business / গুৱাহাটীত মুকলি হল মেনছৱেৰ ব্ৰেণ্ড “ফিল’কেলীৰ প্ৰথমখন ষ্ট’ৰ

গুৱাহাটীত মুকলি হল মেনছৱেৰ ব্ৰেণ্ড “ফিল’কেলীৰ প্ৰথমখন ষ্ট’ৰ

 

ষ্টাফৰিপৰ্টাৰ,, ৩০ নৱেম্বৰ, ২০১৫ চনত দিল্লীত স্থাপন হোৱা ফিল’কেলিয়ে গুৱাহাটীৰ জি এছ ৰেডস্থিত এ, বি চিৰ ড’না প্লেনেটৰ বিপৰীতে গায়ত্ৰী প্লাজাত মুকলি কৰে প্ৰথমখন ষ্ট’ৰ। ফিল’কেলি হল এক মেনছৱেৰ ব্ৰেণ্ড যত গ্ৰাহকে নিজৰ পছন্দ অনুসৰি
ছ্যুটৰ পৰা শ্বাটলৈ ট্ৰাউজাৰৰ পৰা জেকেতলৈ আদি পোছাক প্ৰস্তুত কৰে। স এই উপলক্ষে শুকুৰবাৰে আয়োজিত এক সংবাদমেলত এই কথা সদৰী কৰে ফিল’ কেলিৰ ফ্রেণ্ডছাইজী পাৰ্টনাৰ পাৰবীন গোৱেলে। তেই কয় “আমি এক নতুন কনচেপ্ট লৈ এই শ্ব ৰুম মুকলি কৰিছোঁ। আমাৰ কাপোৰৰ ডিজাইনবোৰ সুকীয়া আৰু কাপোৰৰ মানদণ্ড অতি উচ্চ তথা আমি ইটালি, ইংলেণ্ডৰ ফেবৰিক ৰাখো যি গুৱাহাটী তথা অসমৰ আন কোনো ষ্ট’ৰত পোৱা নাযায়। তেওঁ লগতে কয় “আমাৰ ডিজাইনৰ ভাষা আৰু দৰ্শন হৈছে ক্লিন ছিলুৱেত আৰু কাট মিনিমাম চাৰফেট ডেভেলপমেণ্ট তথা কালৰৰ ব্যৱহাৰ।” উল্লেখযোগ্য যে ফিল’কেলিত গ্ৰাহকে মেনছৱেৰৰ সমান্তৰালভাবে পাব বিস্তৃত এক্সচৰিছ যেনে ব’ টাই, টাই, কাফলিংক আদি। তদুপৰি ফিল’ কেলিয়ে প্ৰদান কৰি আহিছে আকৰ্ষনিয় গিফাটিঙৰ আইডিয়া বিবাহৰ পৰা পাৰ্টীলৈ। সংবাদমেলত উপস্থিত থাকে ফিলকেলিৰ সহযোগী প্ৰতিস্থাপক তথা ক্ৰিয়েটিভ ডাইৰেক্টৰ আছনা বাৰ্মা।

About Staff Reporter

চাব পাৰে

ভাড়াঘৰৰ নামত ৰাজ্যত চলিছে ক’লা ব্যৱসায়ঃ প্ৰতিবেদন-১

উচ্চ নিৰিখৰ ভাড়াৰে ভাড়াতীয়াক শোষণ এচাম মালিকৰঃ অধিকাংশ ভাড়াঘৰৰ মালিকে ফাঁকি দিয়ে আয়কৰ   বিশেষ …

Leave a Reply

Your email address will not be published. Required fields are marked *