Tuesday , February 19 2019
Home / আঞ্চলিক / গুৱাহাটীস্থিত বাৰ্বিকিউ নেচন ৰেষ্টোৰাই মুকলি কৰিলে মেকঅভাৰেৰে নতুন ‘ল’গ ।

গুৱাহাটীস্থিত বাৰ্বিকিউ নেচন ৰেষ্টোৰাই মুকলি কৰিলে মেকঅভাৰেৰে নতুন ‘ল’গ ।

গুৱাহাটীস্থিত বাৰ্বিকিউ নেচন ৰেষ্টোৰাই মুকলি কৰিলে মেকঅভাৰেৰে  নতুন ‘ল’গ ।

 

ষ্টাফ ৰিপোৰ্টাৰ , গুৱাহাটীৰ লাচিতনগৰস্থিত কেজুৱেল ডাইনিং ৰেষ্টোৰা বাৰ্বিকিউ নেচনে এক মেকঅভাৰৰ জৰিয়তে  নতুন লগ’ মুকলি কৰে। শুকুৰবাৰে  এই উপলক্ষে অনুষ্ঠিত এখন সংবাদমেল যোগে এই কথা সদৰী কৰি ইষ্ট ইণ্ডিয়া বাৰ্বিকিউ নেচন হস্পিটিলেটি লিমিটেডৰ সঞ্চালক সুমন মুখাজীয়ে। তেওঁ কয় “এই আউটলেতৰ জৰিয়তে ১৫o গৰাকী অতিথি একেলগে বহিব পাৰিব আৰু নতুন নতুন খাদ্য এক নতুন পৰিবেশনত গ্ৰহণ কৰিব পাৰিব। মুকলি অনুষ্ঠানত উপস্থিত থাকি অভিনেত্ৰী বৰষা ৰানী বিষয়াই কয় “বাৰ্বিকিউ নেচন ৰেষ্টোৰাৰ স্বাস্থ্যসন্মত খাদ্যই নিশ্চয় কৈ গ্ৰাহকক আকৰ্ষিত কৰিব। উল্লেখ কেইবাটাও বঁটা প্ৰাপ্ত এই ৰেষ্টোৰাখনত এইবাৰ ডিনাৰৰ মেনুত থাকিব অসমীয়া পিঠা লাৰুৰ  লগতে বৰা চাউলৰ পায়য় আৰু আমিষ নিৰামিশ খাদ্যৰ লগতে অসমীয়াৰ থলুৱা  ব্যঞ্জন আৰু ইট অল উই কেন বুফে যিয়ে খাদ্য ৰসিকক আকৰ্ষিত কৰিব।

About Staff Reporter

চাব পাৰে

জম্মুত সেনাৰ ওপৰত কৰা আক্ৰমণৰ প্ৰতিবাদ।

জম্মুত সেনাৰ ওপৰত কৰা আক্ৰমণৰ প্ৰতিবাদ। ষ্টাফ ৰিপোৰ্টৰ–16ফেব্ৰুৱাৰী—- পাকিস্তানী সন্ত্ৰাসবাদীয়ে ভাৰতীয় সেনা জোৱানৰ ওপৰত কৰা …

Leave a Reply

Your email address will not be published. Required fields are marked *