Thursday , April 25 2019
শেহতীয়া খবৰ
Home / ব্যৱসায়-বাণিজ্য / গুৱাহাটীৰ চেণ্ট্ৰেল মলে উদযাপন কৰিলে তৃতীয় বৰ্ষপুতি

গুৱাহাটীৰ চেণ্ট্ৰেল মলে উদযাপন কৰিলে তৃতীয় বৰ্ষপুতি

 

ষ্টাফ ৰিপোৰ্টাৰ।।।।। ৬ ডিচেম্বৰ।। গুৱাহাটীৰ জি এছ ৰোডড থকা চেণ্ট্ৰেল মলে বৃহস্পতি বাৰে উদযাপন কৰিলে তৃতীয় বৰ্ষপূতি। এই বৰ্ষপূতিৰ লগত সংগতি ৰাখি আজি মলখনৰ চৌহদত অনুষ্ঠিত কৰা হয় শিশুসকলৰ বাবে কিছু বিশেষ অনুষ্ঠান। ২০১৫ চনত স্থাপন হোৱা এই খনত গ্ৰাহকে উৎকৃষ্ট ব্ৰাণ্ডৰ, কাপোৰ, গহনা, জোতা চেন্দেলকে ধৰি চকুলো বস্তু ক্ৰয় কৰিব পাৰে। তাৰোপৰি গ্ৰাহকৰ বাবে এইবোৰ নতুনকৈ মুকলি কৰা হৈছে শ্বপ এণ্ড উইন কনটেছ যত লতাৰীৰ জৰিয়তে গ্ৰাহকে আকৰ্ষণীয় উপহাৰ লাভ কৰিবলৈ সুযোগ লাভ কৰিব এই অফাৰ অহা ১ জানুৱাৰী পৰা১৩ জানুৱাৰীলৈ থাকিব।আজিৰ এই অনুষ্ঠানত উপস্থিত থাকে মলখনৰ সঞ্চালক বিজয় কুমাৰ জাছৰাচাৰিয়া , সুৰেন্দ্ৰ কুমাৰ আগৰৱালা। এই উপলক্ষে অনুষ্ঠিত সংস্কৃতিক অনুষ্ঠানত প্ৰণামিকা গোস্বামীয়ে সংগীতানুস্থান পৰিবেশন কৰে।

About Staff Reporter

চাব পাৰে

ৰিলায়েঞ্চ জিঅ’ৰ নতুন অফাৰ

ষ্টাফৰিপৰ্টাৰ, ২৩ মাৰ্চ, এইবাৰ ৰিলায়েঞ্চ জিঅ’ৰ নতুনই নতুন অফাৰ আগবঢ়াইছে। Xiaomi Redmi Go অফাৰ আগবঢ়াইছে। …

Leave a Reply

Your email address will not be published. Required fields are marked *