Monday , January 20 2020
শেহতীয়া খবৰ
Home / চিত্ৰ-সংবাদ /  গুৱাহাটী প্ৰেছ ক্লাবত বলিউডৰ অভিনেতা যশপাল শৰ্মা আৰু ৰবি জাংঘু

 গুৱাহাটী প্ৰেছ ক্লাবত বলিউডৰ অভিনেতা যশপাল শৰ্মা আৰু ৰবি জাংঘু

দীপাঞ্জলি ডেকা, ২১আগষ্ট, বলিউডৰ নতুন চলচ্চিত্ৰ “কৰিম মহম্মদ” ৰ প্ৰচাৰৰ বাৰে মঙ্গলবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত উপস্থিত হ’ল বলিউডৰ জনপ্ৰিয় অভিনেতা বলিউডৰ অভিনেতা যশপাল শৰ্মা আৰু ৰবি জাংঘু। চলচ্চিত্ৰ খনে ২৪ আগষ্টত সমগ্ৰ দেশতে মুক্তি লাভ কৰিব। তদুপৰি চলচ্চিত্ৰ খনে অসমৰ ২৯টা চিত্ৰগৃহত মুক্তি লাভ কৰিব । চলচিত্ৰ খনৰ ট্ৰেইলাৰ ও আজি দেখুৱা হয়। চলচিত্ৰ খনৰ প্ৰযোজনা কৰিছে ৰবীন্দ্ৰ সিং ৰাজাৱত
> আৰু পৰিচালনা পবন কুমাৰ শৰ্মাৰ।

About Staff Reporter

চাব পাৰে

চিৰসেউজ অভিনেতা বিজু ফুকনৰ দ্বিতীয় মৃত্যু বাৰ্ষিকী

  ষ্টাফৰিপৰ্টাৰ, ২২ নৱেম্বৰ : চিৰসেউজ অভিনেতা বিজু ফুকনৰ আজি দ্বিতীয় মৃত্যু বাৰ্ষিকী।দুটা বছৰহে পাৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *