Wednesday , January 29 2020
Home / মহানগৰ / গুৱাহাটী প্ৰেছ ক্লাৱত সাংবাদিক সকলৰ বাবে বিনামূলীয়া চকু পৰীক্ষা শিবিৰ

গুৱাহাটী প্ৰেছ ক্লাৱত সাংবাদিক সকলৰ বাবে বিনামূলীয়া চকু পৰীক্ষা শিবিৰ

 

ষ্টাফ ৰিপোৰ্টাৰ,,,২০ ছেপ্টেম্বৰ।। শ্ৰীশংকৰদেৱ নেত্ৰালয়ৰ উদ্যোগত সাংবাদিক তথা গণমাধ্যমৰ ব্যক্তি সকলৰ বাবে ২৩ ছেপ্টেম্বৰত আমবাৰীস্থিত গুৱাহাটী প্ৰেছ ক্লাৱত বিনামূলীয়া এক চকু পৰীক্ষা শিবিৰৰ আয়োজন কৰা হৈছে। ৰাইজৰ বাবে বিশেষভাৱে দায়িত্ব পালন কৰি অহা সাংবাদিকসকলৰ অনুৰোধৰ প্ৰতি লক্ষ্য ৰাখি এই বিনামূলীয়া শিবিৰৰ আয়োজন কৰা হৈছে
বুলি হাস্পতাল কৰ্তৃপক্ষই জানিবলৈ দিছে। কেইবাজনো বিশিষ্ট চিকিৎসক উপস্থিত থাকি এই শিবিৰ পৰিচালনা কৰিব। তদুপৰি সাংবাদিক সকলৰ পৰিয়ালৰ অন্যান্য লোকসকলেও এই শিবিৰত অংশ লব পাৰিব বুলি হাস্পতাল কৰ্তৃপক্ষই
জানিব দিছে।

About Staff Reporter

চাব পাৰে

পঞ্চম বাৰ্ষিক উত্তৰ-পূৰ্বাঞ্চল আন্তৰ্জাতিক “ফেশ্বন সপ্তাহ”

  ষ্টাফৰিপোৰ্টাৰ ২৭ জানুৱাৰী : পঞ্চম বাৰ্ষিক উত্তৰ-পূৰ্বাঞ্চল আন্তৰ্জাতিক “ফেশ্বন সপ্তাহ” কাইলৈৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে …

Leave a Reply

Your email address will not be published. Required fields are marked *