Saturday , January 25 2020
শেহতীয়া খবৰ
Home / Videos / গুৱাহাটী বিহু সন্মিলনীৰ লাই খুঁটা স্থাপন

গুৱাহাটী বিহু সন্মিলনীৰ লাই খুঁটা স্থাপন

গুৱাহাটী বিহু সন্মিলনীৰ লাই খুঁটা স্থাপন কৰিছে সন্মিলনী ৰ জ্যেষ্ঠ সদস্য তথা আভ্যন্তৰীণ হিচাপ পৰীক্ষক পাৱন চন্দ্ৰ বৰুৱাই

বসন্ত আগমনৰ লগে লগে প্ৰাণ পাই উঠিছে ৰাজ্যৰ আগশাৰীৰ বিহু মঞ্চ সমুহ। ১৯৫২ চনৰ পৰা পথাৰৰ বিহুই মঞ্চত স্থান লাভ কৰে ।

লতাশিলৰ খেল পথাৰত একমাত্ৰ “বিহু সম্ৰাগী”প্ৰতিযোগিতা অনুষ্ঠিত হয়।

About Staff Reporter

চাব পাৰে

টেট উত্তীৰ্ণ চাকৰি প্ৰাৰ্থীলৈ সুখবৰ

  ষ্টাফৰিপোৰ্টাৰ, ২৪ জানুৱাৰী : টেট উত্তীৰ্ণ চাকৰি প্ৰাৰ্থীলৈ সুখবৰ কঢ়িয়াই আনিছে ৰাজ্যৰ শিক্ষা বিভাগে।  …

Leave a Reply

Your email address will not be published. Required fields are marked *