Thursday , February 27 2020
শেহতীয়া খবৰ
Home / ক্ৰীড়া / গোলাঘাটত আন্ত ক্লাব ভলীবল প্ৰতিযোগিতা

গোলাঘাটত আন্ত ক্লাব ভলীবল প্ৰতিযোগিতা

গোলাঘাটত আন্ত ক্লাব ভলীবল প্ৰতিযোগিতা : গোলাঘাট ,১৯ নৱেম্বৰ : অহা ইংৰাজী ২৩ আৰু ২৪ নৱেম্বৰত গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত আন্ত: ক্লাৱ ভলীবল প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে। ক্ৰীড়া সন্থাৰ ভলীবল কৰ্টত হ’বলগীয়া খেলসমূহ পুৱা ১০ বজাৰ পৰা আৰম্ভ হ’ব। লগতে উক্ত প্ৰতিযোগিতাৰ পৰাই মিনি, চাব জুনিয়ৰ, জুনিয়ৰ আৰু চিনিয়ৰ শিতানৰ জিলা দল সমূহ গঠনৰ বাচনি কৰা হ’ব। ইচ্ছুক দলসমূহে অহা ২২ নৱেম্বৰ ৰ ভিতৰত যোগদানৰ নিশ্চিতকৰণ কৰিবলৈ অসম ভলীবল সন্থাৰ যুটীয়া সম্পাদক তথা গোলাঘাট ভলীবল সন্থাৰ সম্পাদক প্ৰকাশ বৰাই ফ’ন নং ৯১০১৭৬৪৬৮৮ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে।

About Staff Reporter

চাব পাৰে

আন্তঃৰাষ্ট্ৰীয় কাৰাটেত প্ৰত্যয়ৰ ব্ৰঞ্জ

  ষ্টাফ ৰিপ’ৰ্টাৰ,,,,২৭ নৱেম্বৰ।।। নেপালত ২২,২৩,২৪ আৰু ২৫ নৱেম্বৰত অনুষ্ঠিত হোৱা “নোবেল ইন্টাৰনেশ্যনেল কাৰাটে চেম্পিয়নশ্বিপ …

Leave a Reply

Your email address will not be published. Required fields are marked *