Tuesday , November 19 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / গোলাঘাটত চুতীয়া ছাত্ৰসন্থাৰ প্ৰতিকৃতি দাহ

গোলাঘাটত চুতীয়া ছাত্ৰসন্থাৰ প্ৰতিকৃতি দাহ

গোলাঘাটত চুতীয়া ছাত্ৰসন্থাৰ প্ৰতিকৃতি দাহ ; আটক ৬ জনকৈ ছাত্ৰ নেতা: গোলাঘাট,৭ নৱেম্বৰ : পুনৰ চুতীয়া জনগোষ্ঠীক জনজাতিকৰণৰ দাবীৰে গোলাঘাটৰ ৰাজপথত জুইৰ লেলিহানে আগুৰি ধৰিলে দেশৰ প্ৰধানমন্ত্ৰী,কেন্দ্ৰীয় জনজাতি উন্নয়ন মন্ত্ৰী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি। প্ৰধানকৈ বহুদিনীয়া দাবী জনজাতিকৰণ আৰু অন্যান্য দাবীৰে পুনৰ সাজোৰ প্ৰতিবাদ সংগঠনটোৰ। কেন্দ্ৰীয় চৰকাৰ হায় হায় তথা ৰাজ্যচৰকাৰক কঠোৰ ভাষাৰে শ্ল’গান দি ৰাজপথ উত্তাল কৰাৰ কিছু সময়ৰ পিছতে ছাত্ৰ সংগঠনটোক বাকৰুদ্ধ কৰিবলৈ আৰক্ষীয়ে আটক কৰিলে ৬ জনকৈ ছাত্ৰনেতাক। ইতিমধ্যে গুৱাহাটীত সদৌ অসম চুতীয়া ছাত্ৰসন্থাৰ সাধাৰন সম্পাদক মহেন বৰা সহ আটক কৰিলে ৬ জনকৈ ছাত্ৰনেতাক।

About Staff Reporter

চাব পাৰে

শ্ৰদ্ধাঞ্জলি

আজি ইং 18-11-19 তাৰিখ সোমবাৰে গড়পোট শ্ৰী শ্ৰী জগদ্ধাত্রী পূজা মণ্ডপত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন …

Leave a Reply

Your email address will not be published. Required fields are marked *