Friday , December 13 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / গোলাঘাটত ট্ৰাক অপহৰণ কাণ্ডৰ ৫ জনক গ্ৰেপ্তাৰ

গোলাঘাটত ট্ৰাক অপহৰণ কাণ্ডৰ ৫ জনক গ্ৰেপ্তাৰ

গোলাঘাটত ট্ৰাক অপহৰণ কাণ্ডৰ ৫ জনক গ্ৰেপ্তাৰ : গোলাঘাট ,২৬ এপ্ৰিল : আজি আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখা আৰু গোলাঘাট আৰক্ষীৰ সহযোগত সুৰা ভৰ্তি ট্ৰাক অপহৰণ কৰা ৫ জনকৈ কুখ্যাত অপৰাধীক কৰায়ক্ত কৰে। জানিব পৰা মতে, যোৱা ৬ মাৰ্চত গুৱাহাটীৰ পৰা যোৰহাটলৈ প্ৰায় ৪০ লাখ টকা মূল্যৰ ১০০০ টা বিলাতী সুৰাৰ কাৰ্টুন কঢ়িয়াই নিয়া অৱস্থাত দুখনকৈ ট্ৰাক হাইজেক হৈছিল। যদিওঁ গোলাঘাট আৰক্ষী আৰু আৰক্ষী অনুসন্ধান শাখাৰ তৎপৰতাত হাইজেক কাণ্ডৰ সৈতে জড়িত মাষ্টৰ মাইণ্ড অভিজিৎ বৰা, আমজাদ খান, ৰাজা কলিতা, ৰাজু আলি আৰু চুমকী হাতী বৰুৱা নামৰ ৫ জন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ’য়। ট্ৰাক দুখন উদ্ধাৰ হ’ল যদিওঁ ট্ৰাকত থকা সুৰাখিনি উদ্ধাৰ কৰিবলৈ সক্ষম নহ’ল আৰক্ষী।

About Staff Reporter

চাব পাৰে

ৰঙিয়া ছাত্ৰ সন্থাৰ আদালতে ফাঁচী কাঠত ওলোমালে দুই শীৰ্ষ নেতাক

*ৰঙিয়া ছাত্ৰ সন্থাৰ আদালতে ফাঁচী কাঠত ওলোমালে দুই শীৰ্ষ নেতাক* প্ৰতিবেদক, ৰঙিয়া , ১০ ডিচেম্বৰঃ …

Leave a Reply

Your email address will not be published. Required fields are marked *