Saturday , March 23 2019
Home / আঞ্চলিক / গোলাঘাটত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ প্ৰতিক্ৰিয়া

গোলাঘাটত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ প্ৰতিক্ৰিয়া

 

ষ্টাফৰিপৰ্টাৰ, ‘আইন সকলোৰে বাবে সমান, আইনৰ উৰ্দ্ধত কোনো নহয়, উচটনিমূলক মন্তব্য আগবঢ়োৱাৰ অভিযোগত আলফা নেতা জিতেন দত্ত আৰু মৃণাল হাজৰিকা গ্ৰেপ্তাৰ হ’ল, বিধায়ক শিলাদিত্য দেৱ গ্ৰেপ্তাৰ হ’বনে বুলি সোধা প্ৰশ্নৰ উত্তৰত এই প্ৰতিক্ৰিয়া মন্ত্ৰী পাটোৱাৰীৰ। ঢলাৰ নাৰকীয় ঘটনাত কোন জড়িত সেই সম্পৰ্কত মুখ নোখোলে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। এই সম্পৰ্কত মুখ্যমন্ত্ৰীয়ে চৰকাৰৰ স্থিতি স্পষ্ট কৰা বুলি কয়। দেওবাৰে গোলাঘাট জিলাৰ মুঠ ১৩৮৫টা ভূমিহীন পৰিয়ালক মাটি পট্টা প্ৰদান কৰে ৰাজ্যৰ উদ্যোগ আৰু পৰিবহণ মন্ত্ৰীগৰাকীয়ে।

About Staff Reporter

চাব পাৰে

গোলাঘাট ত বিষাক্ত চুলাই পাণ কৰি পুনৰ তিনিজন

গোলাঘাট ত বিষাক্ত চুলাই পাণ কৰি পুনৰ তিনিজ চিকিৎসাধীন : গোলাঘাট ত আজিও মাৰ যোৱা …

Leave a Reply

Your email address will not be published. Required fields are marked *