Monday , August 26 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / গোলাঘাটত ৫৫ লাখ টকাৰ সোণৰ বিস্কুট জব্দ

গোলাঘাটত ৫৫ লাখ টকাৰ সোণৰ বিস্কুট জব্দ

গোলাঘাটত ৫৫ লাখ টকাৰ সোণৰ বিস্কুট জব্দ : গোলাঘাট, ১৩ জুলাই : আজি তেলগৰম অঞ্চলত মহম্মদ ৰহমান নামৰ এজন লোকৰ পৰা গোলাঘাট আৰক্ষীয়ে প্ৰায় ৫৫ লাখ মূল্যৰ ১০ খনকৈ সোণৰ বিস্কুট জব্দ কৰে। জানিব পৰা মতে মনিপুৰৰ মৰে ‘ ৰ পৰা গুৱাহাটীলৈ নি থকা অৱস্থাত গোপন সূত্ৰৰ পম খেদি এখন বাছৰ পৰা সোণ খিনি জব্দ কৰিবলৈ সক্ষম হ’য় আৰক্ষী। উল্লেখ্য যে মনিপুৰৰ এই ধৃত লোকজন চি আৰ পি এফ চাকৰি কৰিছিল যদিও স্বেচ্ছামূলকভাৱে চাকৰিৰ পৰা অৱসৰ লৈছিল।

About Staff Reporter

চাব পাৰে

ধৰ্ষণ নে অন্য কিবা? অন্তৰ্বাস পৰিধান কৰি থকা মহিলাৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

বঙাইগাঁও জিলাৰ বইটামাৰীত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ বঙাইগাঁওঃ ২৫ আগষ্টঃ বঙাইগাঁও জিলাৰ বইটামাৰী আৰক্ষী চকী …

Leave a Reply

Your email address will not be published. Required fields are marked *