Friday , October 18 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / গোলাঘাটৰ নুমলীগড়ত হাতী- মানুহৰ সংঘাত ; এজন যুৱকৰ মৃত্যু

গোলাঘাটৰ নুমলীগড়ত হাতী- মানুহৰ সংঘাত ; এজন যুৱকৰ মৃত্যু

গোলাঘাটৰ নুমলীগড়ত হাতী- মানুহৰ সংঘাত ; এজন যুৱকৰ মৃত্যু : গোলাঘাট ,৮ অক্টোবৰ : নুমলীগড়ৰ বৃহৎ এলেকা জন অৰণ্য হৈ পৰাৰ চৰম পৰিণতিত ক্ৰমাৎ বৃদ্ধি পোৱা হাতী- মানুহৰ সংঘাতৰ ফলত কালি নিশা নুমলীগড়ৰ ৫ নং ৰংবং গাঁৱত হাতীৰ গচকত মৃত্যু হ’ল এজন যুৱকৰ। মানস বৰুৱা নামৰ এই যুৱকজন নিশা হাতী খেদিবলৈ বুলি ওলাই গৈছিল।যদিও বনৰীয়া হাতীৰ আক্ৰমণত ঘটনাস্থলীতে শোকাৱহ ভাৱে মৃত্যুক সাৱটি ল’য় যুৱকজনে। নুমলীগড় ৰিফাইনৰী কাষৰ এই বৃহৎ অঞ্চলটোত বনৰীয়া হাতীৰ মুক্ত বিচৰণত জনজীৱনৰ প্ৰতি চৰম ভাবুকি অহা স্বত্বেও বনবিভাগে বিশেষ পদক্ষেপ গ্ৰহণ নকৰাৰ পৰিপ্ৰেক্ষিতত ক্ৰমাৎ বৃদ্ধি পাইছে হাতী – মানুহৰ সংঘাত।

About Staff Reporter

চাব পাৰে

জামুগুৰিহাটত ড০ দিলীপ কুমাৰ দত্তৰ স্মৃতি চাৰণ সভা

জামুগুৰিহাটত ড০ দিলীপ কুমাৰ দত্তৰ স্মৃতি চাৰণ সভা অসমীয়া সাহিত্য সন্মিলনীৰ সপ্তম প্ৰতিষ্ঠা দিৱসৰ উদ্ …

Leave a Reply

Your email address will not be published. Required fields are marked *