Thursday , September 19 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / গোলাঘাট জাতীয় বিদ্যালয়ত দুজনৰ স্থান প্ৰাপ্ত :

গোলাঘাট জাতীয় বিদ্যালয়ত দুজনৰ স্থান প্ৰাপ্ত :

গোলাঘাট জাতীয় বিদ্যালয়ত দুজনৰ স্থান প্ৰাপ্ত : গোলাঘাট ১৫ মে’ : হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ চৰম প্ৰত্যাশাৰ অন্ত পেলাই আজি ঘোষণা হোৱা ফলাফলত গোলাঘাটলৈ গৌৰৱ কঢ়িয়াই আনিছে দুজনকৈ ছাত্ৰ-ছাত্ৰীয়ে। গোলাঘাটৰ অন্যতম আগশাৰীৰ বিদ্যালয় গোলাঘাট জাতীয় বিদ্যালয়ৰ উপাসা মুদৈয়ে ৰাজ্যখনৰ ভিতৰত পঞ্চম স্থান পোৱাৰ লগতে একেখন বিদ্যালয়ৰ অচ্যুত কুমাৰ চেতিয়াই দশম স্থান লাভ কৰি বিদ্যালয় খনৰ লগতে গোলাঘাটলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

About Staff Reporter

চাব পাৰে

ভৱানীপুৰত শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ উদযাপনৰ কাৰ্যসূচী

ভৱানীপুৰত শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ উদযাপনৰ কাৰ্যসূচী সঞ্জীৱ সাগৰ দাস, ভৱানীপুৰ, ১৮ ছেপ্টেম্বৰঃ আগন্তুক ১৯, ২০ …

Leave a Reply

Your email address will not be published. Required fields are marked *