Thursday , April 25 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / গোলাঘাট ত বিষাক্ত চুলাই পাণ কৰি পুনৰ তিনিজন

গোলাঘাট ত বিষাক্ত চুলাই পাণ কৰি পুনৰ তিনিজন

গোলাঘাট ত বিষাক্ত চুলাই পাণ কৰি পুনৰ তিনিজ চিকিৎসাধীন : গোলাঘাট ত আজিও মাৰ যোৱা নাই বিষাক্ত চুলাইৰ আতংক। কালি চুলাই সেৱন কৰি পুনৰ তিনি জন লোক গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হ’ব লগীয়া হৈছে। মিছা মৰা ঢুলীয়া বস্তিৰ কান্ত ভূঞা,৪নং ৰংবঙৰ ৰাজেন ভূঞা আৰু বেতিয়নী চিনাতলীৰ প্ৰদীপ বৰা ৰ কালি নিশা সংকটজনক অৱস্থাত ভৰ্ত্তি কৰা হ’য়। তিনিওজনৰ অৱস্থা সংকটজনক হোৱাত ততাতৈয়াকৈ জি এম ছি এইচত নিয়াৰ পৰামৰ্শ দিছে। গোলাঘাট আৰক্ষী আৰু আৱকাৰী বিভাগৰ তীব্ৰ অভিযানৰ পিছতো বিষাক্ত চুলাইৰ ব্যৱসায় এনেদৰে চলি থকাত গোলাঘাট বাসীয়ে আৱকাৰী বিভাগৰ অভিযানত সন্দেহৰ আঙুলি উঠাইছে।

About Staff Reporter

চাব পাৰে

ৰিপুণ বৰাৰ সংবাদমেল

  ষ্টাফৰিপৰ্টাৰ, ২৪ এপ্ৰিল, অসম প্রদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই বুধবাৰে সংবাদমেলৰ আয়োজন কৰে।গুৱাহাটীৰ ৰাজীৱ …

Leave a Reply

Your email address will not be published. Required fields are marked *